নগাঁৱত বাল্য বিবাহ প্ৰতিৰোধ বিষয়ক সজাগতা সভা
নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণ(District Legal Services Authority ৰ DLSA)সৌজন্যত তথা জিলা প্ৰশাসন, নগাঁও জিলা আৰক্ষী বিভাগ আৰু নৰ্থইষ্ট চেণ্টাৰ ফৰ ইকুইটি একশ্বন অন ইনটিগ্ৰেটেড ডেভেলপমেণ্ট (NEAID)-ৰ যৌথ সহযোগত আজি বাল্য বিবাহ প্ৰতিৰোধৰ লগতে "লিংগ বৈষম্য, শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা সমস্যা, শিশু তথা দুৰ্বল পৰিয়ালসমূহৰ বাবে সামাজিক সুৰক্ষা আঁচনি আদিৰ বিষয়ে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।
Asomiya Pratidin1 个来源阅读 1 分钟归档于2026年9月28日
