আজি উন্মোচন হ'ব হেমকোষৰ পৰিশিষ্ট শব্দকোষ
ডিজিটেল ডেস্ক : ৰাভা- বড়ো- মিচিং- কাৰ্বি জনজাতিৰ প্ৰায় ২০ হাজাৰ শব্দ অন্তৰ্ভুক্তিৰে অসমীয়া লিপিত জনজাতীয় ভাষা শিকাৰ আৰ্হিস্বৰূপ 'হেমকোষৰ পৰিশিষ্ট' শীৰ্ষক এখন শব্দকোষ ২০ ছেপ্তেম্বৰ ২০২৬ৰ দেওবাৰে উন্মোচিত হ'ব।
Asomiya Pratidin1 个来源阅读 1 分钟
你已经看完了。

