গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত ১৯ ছেপ্টেম্বৰত ‘জুবিন দিৱস’ৰ আয়োজন
ডিজিটেল ডেস্কঃ অহা ১৯ ছেপ্টেম্বৰত শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ স্মৰণত বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ‘জুবিন দিৱস’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
Asomiya Pratidin1 source1 min readFiled September 18, 2026
