নগাঁও বিজেপি কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল
নগাঁও জিলা বিজেপি কাৰ্যালয়ত আয়োজিত এক গুৰুত্বপূৰ্ণ সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিৰোধী দল কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
Asomiya Pratidin1 source1 min readFiled September 28, 2026
