নিশা বন্ধুৰ সৈতে ওলাই যোৱা যুৱতীৰ মৃ*তদেহ উদ্ধাৰ হোমষ্টেত
গড়লস্থিত এখন হোমষ্টেৰ পৰা ধাৰাপুৰৰ স্থায়ী বাসিন্দা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ এগৰাকী ছাত্ৰী নিমিষা ঠাকুৰীয়াৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে।
Asomiya Pratidin1 source1 min readFiled September 26, 2026
