প্ৰকৃতিৰ কালৰূপঃ ২৭ ছেপ্টেম্বৰলৈ সাময়িকভাৱে স্থগিত কেদাৰনাথ তীৰ্থযাত্ৰা
বতৰ বিজ্ঞান বিভাগৰ ধাৰাবাহিক ৰেড এলাৰ্টৰ পৰিপ্ৰেক্সিতত শনিবাৰে বিয়লিৰ পৰা ২৭ ছেপ্টেম্বৰলৈ কেদাৰনাথ তীৰ্থযাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Asomiya Pratidin1 source1 min readFiled September 26, 2026
