ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক?
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ২০৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজনৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা সাতখন দেশৰ তালিকাত ভাৰতৰ লগতে কাটাৰৰ নাম আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।
Asomiya Pratidin2 sources1 min readFiled October 7, 2026
