ৰটাৰী ক্লাব অব গুৱাহাটী চাউথৰ 'ৰ'টাৰী জ্ঞানজ্যোতি বঁটা ' প্ৰদান অনুষ্ঠান সম্পন্ন
বিগত ২৫ ছেপ্টেম্বৰত গুৱাহাটীৰ ৰাজধানী ৰিজেঞ্চি হোটেলত ৰ'টাৰী ক্লাব অব গুৱাহাটী চাউথৰ উদ্যোগত ২০২৬-২৭ বৰ্ষৰ ৰ'টাৰী জ্ঞানজ্যোতি বঁটা প্ৰদান অনুষ্ঠানটো ক্লাবৰ সভাপতি মঞ্জুশ্ৰী বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয়।
Asomiya Pratidin1 source1 min readFiled October 1, 2026
