LIVE UPDATES- ‘অসমীয়া ভাষা যদি নাবাচে, তেন্তে অসমত কোনো জাতি-জনগোষ্ঠীৰ পৰিচয় নাথাকে’
বিগত ৪টাকৈ বছৰৰ সফলতাৰ পাছত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক নতুনকৈ তুলি ধৰাৰ প্ৰয়াসেৰে ২৭ ছেপ্তেম্বৰ, দেওবাৰৰ পৰা দেশৰ ৰাজধানী দিল্লীত আৰম্ভ প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ ‘দ্য কনক্লেভ-২০২৬’।
Asomiya Pratidin1 source1 min readFiled September 28, 2026
