ধেমাজিত সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্রতিযোগিতাৰ অস্থায়ী কার্যালয় গৃহ উদ্বোধন
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজিৰ কেইগৰাকীমান সংস্কৃতিপ্ৰাণ ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টात গঢ় লৈ উঠা ঐতিহাসিক ‘সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা’ই গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে।
Asomiya Pratidin1 source1 min readFiled September 18, 2026
