নগাঁও বিশ্ববিদ্যালয়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি : ঢকুৱাখনাতো জুবিন দিৱস পালন
নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 হিতেশ ডেকাকে প্ৰমুখ্য কৰি কুল সচিব ড0 নৱপ্ৰসাদ নাথ, অধ্যাপক-অধ্যাপিকা, বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, নগাঁও বিশ্ববিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী, তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
Asomiya Pratidin1 source1 min readFiled September 19, 2026
