পুৰণিগুদামৰ পথ দুৰ্ঘটনাস্থলীত নগাঁও জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক
ডিজিটেল সংবাদ, নগাঁওঃ পুৰণিগুদামৰ কেঞাপট্টিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে দুৰ্ঘটনা স্থলীত উপস্থিত হৈছে নগাঁও জিলাৰ আয়ুক্ত, নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসনৰ এটা দল।
Asomiya Pratidin1 source1 min readFiled September 24, 2026
