ফুটপাথত প্ৰকাণ্ড গাঁত, খবৰ নাই বিজেপি পৌৰসভাৰ
ডিজিটেল সংবাদ তেজপুৰঃ সৌন্দৰ্য নগৰী হিচাবে কেন্দ্ৰীয় চৰকাৰে পুৰস্কৃত কৰা তেজপুৰ চহৰৰ অন্যতম প্ৰধান পৰ্যটনস্থলী পদুমপুখুৰীৰ কাষৰ ফুটপাথত এতিয়া ভয়ংকৰ বিপদ।
Asomiya Pratidin1 source1 min readFiled September 29, 2026
